May 4, 2024 1:19 PM May 4, 2024 1:19 PM
13
লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ত ৬ খন ৰাজ্য আৰু দুখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৪৯টা সমষ্টিৰ বাবে ২০ মে’ত ভোটগ্ৰহণ
♦লোকসভা নির্বাচনত পঞ্চম পৰ্যায়ৰ বাবে দাখিল কৰা মনোনয়ন পত্ৰসমূহ আজি পৰীক্ষা কৰা হ’ব। কালি মনোনয়ন পত্র দাখিলৰ অন্তিম দিন আছিল। এই পৰ্যায়ৰ বাবে সোমবাৰৰ দিনটো মনোনয়ন পত্র প্ৰত্যাহাৰৰ অন্তিম দিন ধাৰ্য কৰা হৈছে। লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ত ৬ খন ৰাজ্য আৰু দুখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৪৯টা সমষ্টিৰ বাবে ২০ মে'ত ভোটগ্ৰহণ কৰা হ’ব। মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিনা কালি উত্তৰ প্ৰদেশত কেইবাগৰাকীও আগশাৰীৰ নেতাই মনোনয়ন দাখিল কৰে। কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীয়ে কালি উত্তৰ প্ৰদেশৰ ৰায়বৰেলী সমষ্টি...