September 5, 2025 11:10 AM

views 19

প্রহ্লাদ যোশীক ৰাজহুৱা বিতৰণৰ কাম-কাজ সন্দৰ্ভত দেশজোৰা ক্ষেত্ৰ পৰ্যায়ৰ এক বিস্তৃত মূল্যায়ন প্রতিবেদন দাখিল

খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগে কেন্দ্রীয় মন্ত্রী প্রহ্লাদ যোশীক ৰাজহুৱা বিতৰণৰ কাম-কাজ সন্দৰ্ভত দেশজোৰা ক্ষেত্ৰ পৰ্যায়ৰ এক বিস্তৃত মূল্যায়ন প্রতিবেদন দাখিল কৰিছে ৷ দেশৰ ১১২খন অভিলাষী জিলাত এই মূল্যায়ন কৰা হৈছে। ইয়াৰ লক্ষ্য হৈছে ক্ৰয়, সংৰক্ষণ আৰু অভিযোগ নিষ্পত্তিকে ধৰি ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ মূল দিশসমূহ সুচল কৰা। গ্রাহক পৰিক্ৰমা খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি এই মূল্যায়নত ডিপো আৰু ক্ৰয় কেন্দ্রসমূহ ভ্রমণ তথা হিতাধিকাৰী আৰু অভিযোগ আবেদনকাৰীৰ সৈতে হোৱা মত বিনিময়ত গুৰ...