November 5, 2024 8:37 PM November 5, 2024 8:37 PM

views 3

অহা মাহত ভাৰতৰ প্রোবা-থ্রি নামৰ কৃত্রিম উপগ্রহ মহাকাশলৈ উৎক্ষেপন

বিজ্ঞান আৰু প্ৰযুক্তিমন্ত্ৰী ডº জীতেন্দ্র সিঙে কৈছে যে ভাৰতে অহা মাহত শ্রীহৰিকোটা মহাকাশ কেন্দ্ৰৰ পৰা ইউৰোপীয় মহাকাশ সংস্থা প্রোবা-থ্রি নামৰ কৃত্রিম উপগ্রহ মহাকাশলৈ উৎক্ষেপন কৰিব। এই অভিযানৰ জৰিয়তে সূৰ্য্যৰ পৰিধিৰ সমীপৰ অনুজ্বল জ্যোতির্বলয়ৰ অধ্যয়ন কৰা হ'ব। নতুন দিল্লীত আজি তৃতীয় ভাৰতীয় মহাকাশ সন্মিলনক সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে, দেশত প্ৰায় প্ৰতিটো খণ্ডই মহাকাশ প্রযুক্তি ব্যৱহাৰ কৰিছে। তেওঁ লগতে কয় যে, মহাকাশ প্রযুক্তিয়ে গতি পথ নিৰ্দেশনা উপগ্ৰহৰ জৰিয়তে...