November 6, 2024 7:49 PM November 6, 2024 7:49 PM
6
গঁড় হত্যাৰ অপচেষ্টা কৰা চোৰাং চিকাৰীৰ দল আটক
দৰং আৰক্ষীয়ে অভিযান চলাই ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্প এটা খৰ্গযুক্ত গঁড় হত্যাৰ অপচেষ্টা কৰা এটা চোৰাং চিকাৰীৰ এটা দলক আটক কৰে। জিলাখনৰ দলগাঁও থানাৰ অন্তৰ্গত কাছমাৰী সোণাৰী গাঁৱৰ পৰা অস্ত্ৰ-শস্ত্ৰসহ আৰক্ষীয়ে চাৰিটা চোৰাং চিকাৰীক আটক কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে ধৃত চিকাৰীকেইটাৰ স্বীকাৰোক্তিৰ ভিত্তিত পাঁচখন দুচকীয়া বাহন, এখন বেটাৰি ৰিক্সা, কেইবাটাও মোবাইল হেণ্ডছেট আদিও জব্দ কৰে। চোৰাং চিকাৰীকেইটাৰ বিৰুদ্ধে দলগাঁও আৰক্ষী থানাত অস্ত্ৰ-শস্ত্ৰ আইনৰ অধীনত গোচৰ ৰুজু কৰাৰ লগতে মঙলদৈ বন্য...