October 22, 2024 3:26 PM

views 15

দুদিনীয়া ভ্ৰমণসূচীৰে কাজানত উপস্থিত প্রধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দুদিনীয়া ভ্ৰমণসূচীৰে কাজানত উপস্থিত হৈছে। ৰাওনা হোৱাৰ পূৰ্বে দিয়া এটা বিবৃতিত শ্রী মোদীয়ে কয় যে, ভাৰতে ইতিমধ্যে গোলকীয় উন্নয়ন কার্যসূচী, সংশোধিত বহুপাক্ষিকতাবাদ, জলবায়ু পৰিৱৰ্তন, অর্থনৈতিক সহযোগিতা, শক্তিশালী যোগান শৃংখলা নির্মাণ, সাংস্কৃতিক আৰু জনসম্পৰ্কৰ প্ৰসাৰৰ দৰে বিষয়সমূহক লৈ আলোচনাৰ গুৰুত্বপূৰ্ণ মঞ্চৰূপে পৰিগণিত ব্ৰীকছ ৰাষ্ট্ৰগোষ্ঠীৰ সদস্য ৰাষ্ট্ৰসমূহৰ মাজৰ ঘনিষ্ঠ সহযোগিতাত গুৰুত্ব আৰোপ কৰি আহিছে। তেওঁ কয় যে, যোৱা বছৰ নতুন সদস্যৰ অন্তৰ্ভুক্তিৰে ব্ৰীকছ ৰ...

October 22, 2024 11:08 AM

views 23

ব্রিকছ সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে ৰাছিয়ালৈ ৰাওনা হ’ব প্ৰধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ষোড়শ ব্রিকছ সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে দুদিনীয়া ভ্রমণসূচীৰে আজি ৰাছিয়ালৈ ৰাওনা হ'ব। প্ৰধানমন্ত্ৰী মোদীয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ আমন্ত্রণমৰ্মে কাজানত হ'বলগীয়া ব্ৰিকছ সন্মিলনত অংশ ল'ব। এইবাৰৰ এই সন্মিলনৰ বিষয় হৈছে-গোলকীয় বিকাশ আৰু সুৰক্ষাৰ বাবে বহুপাক্ষিকতা শক্তিশালী কৰা। ৰাছিয়াত থকা ভাৰতৰ ৰাষ্ট্রদূত বিনয় কুমাৰে কালি কাজানত আকাশবাণীৰ সংবাদদাতাৰ সৈতে হোৱা কথা-বতৰাত কয় যে, এই সন্মিলনে বিভিন্ন আন্তঃৰাষ্ট্ৰীয় সমস্যাসমূহ আলোচনা কৰাৰ বাবে গুৰ...

October 14, 2024 6:23 PM

views 16

প্রধানমন্ত্রী ইণ্টাৰ্ণশ্বিপ আঁচনিৰ পঞ্জীয়ন প্ৰক্ৰিয়া ২৫ অক্টোবৰত সামৰণি পৰিব

প্রধানমন্ত্রী ইণ্টাৰ্ণশ্বিপ আঁচনিৰ বাবে pminternship.mca.gov.in প'র্টেল যোগে পঞ্জীয়নৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। ২৫ অক্টোবৰত এই প্ৰক্ৰিয়াৰ সামৰণি পৰিব। ১৯৩টা কোম্পানীয়ে বৰ্তমানলৈকে প'ৰ্টেলটোৰ জৰিয়তে প্রায় ৯১ হাজাৰ ইণ্টাৰ্ণশ্বিপৰ সুযোগ আগবঢ়াইছে। চৰকাৰে ২০২৪-২৫ বিত্তীয় বৰ্ষত ১ লাখ ২৫ হাজাৰ ইণ্টাৰ্ণশ্বিপৰ সুযোগ প্ৰদান কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। এই পৰীক্ষামূলক প্ৰকল্পৰ বাবে মুঠ ৮০০ কোটি টকা ব্যয় কৰা হ'ব। চৰকাৰে এই আঁচনিৰ অধীনত ৫ বছৰৰ বাবে ২১ৰ পৰা ২৪ বছৰ বয়সৰ ১ কোটি প্ৰাৰ্থীক এবছৰৰ ইণ্টাৰ্ণশ্বি...

October 13, 2024 9:12 PM

views 19

প্রধানমন্ত্রী ইণ্টাৰ্ণশ্বিপ আঁচনিত ১৯৩টা কোম্পানীয়ে বর্তমানলৈকে প্রায় ৯১ হাজাৰ ইণ্টাৰ্ণশ্বিপৰ সুযোগ আগবঢ়াইছে

প্রধানমন্ত্রী ইণ্টাৰ্ণশ্বিপ আঁচনিৰ বাবে pminternship.mca.gov.in প'ৰ্টেল যোগে পঞ্জীয়নৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। ২৫ অক্টোবৰত এই প্ৰক্ৰিয়াৰ সামৰণি পৰিব। ১৯৩টা কোম্পানীয়ে বর্তমানলৈকে প'ৰ্টেলটোৰ জৰিয়তে প্রায় ৯১ হাজাৰ ইণ্টাৰ্ণশ্বিপৰ সুযোগ আগবঢ়াইছে। চৰকাৰে ২০২৪-২৫ বিত্তীয় বৰ্ষত ১ লাখ ২৫ হাজাৰ ইণ্টাৰ্ণশ্বিপৰ সুযোগ প্ৰদান কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। এই পৰীক্ষামূলক প্ৰকল্পৰ বাবে মুঠ ৮০০ কোটি টকা ব্যয় কৰা হ'ব। চৰকাৰে এই আঁচনিৰ অধীনত ৫ বছৰৰ বাবে ২১ৰ পৰা ২৪ বছৰ বয়সৰ ১ কোটি প্রার্থীক এবছৰৰ ইণ্টাৰ্ণশ্বি...

October 10, 2024 7:30 PM

views 16

প্রধানমন্ত্ৰী মোদী ভিয়েনটিয়ানত অৱতৰণ কৰাৰ পাছত অসমৰ বিহু নাচেৰে আদৰণি

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি দুদিনীয়া লাও পি ডি আৰ ভ্রমণসূচীৰে ভিয়েনটিয়ানত উপস্থিত হৈছে। ভিয়েনটিয়ানত অৱতৰণ কৰাৰ পাছত প্ৰধানমন্ত্ৰীগৰাকীক অসমৰ বিহু নাচেৰে আদৰণি জনোৱা হয়। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই প্রধানমন্ত্ৰীক বিহু নাচেৰে আদৰণি জনোৱাৰ ভিডিঅ' সামাজিক মাধ্যমত আপলোড কৰি অসমৰ বাবে এয়া গৌৰৱৰ মুহূৰ্ত বুলি উল্লেখ কৰে৷

October 10, 2024 5:31 PM

views 11

লাওচ ভ্ৰমণসূচীৰে ভিয়েনটিয়েনত উপস্থিত প্রধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি দুদিনীয়া লাওচ ভ্ৰমণসূচীৰে ভিয়েনটিয়েনত উপস্থিত হৈছে। প্ৰধানমন্ত্ৰীৰ এই ভ্রমণে আছিয়ান ৰাষ্ট্ৰসমূহৰ লগত ভাৰতৰ সম্পৰ্ক অধিক শক্তিশালী কৰি তুলিব। দেশখনত থকা ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলে প্রধানমন্ত্ৰীক আদৰণি জনায়। ভ্ৰমণৰ পূৰ্বে নতুন দিল্লীত প্রধানমন্ত্ৰীয়ে দিয়া এটা বিবৃতিত কয় যে তেওঁ আজি ২১ সংখ্যক আছিয়ান ভাৰত শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰীয়ে এইবাৰকে ধৰি এছিয়ান-ভাৰত শীৰ্ষ সন্মিলনত দশমবাৰৰ বাবে অংশগ্রহণ কৰিব। এই সন্মিলনত অংশগ্ৰহণ কৰাৰ সুযোগতে শ্ৰী ম...

October 9, 2024 9:10 PM

views 14

কাইলৈৰ পৰা দুদিনীয়া ভ্ৰমণসূচীৰে ভিয়েনটিয়েনলৈ যাব প্রধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাইলৈৰ পৰা দুদিনীয়া চৰকাৰী ভ্ৰমণসূচীলৈ লাওচৰ ভিয়েনটিয়েনলৈ যাব। নতুন দিল্লীত আজি আয়োজিত এখন সংবাদমেলত বৈদেশিক পৰিক্ৰমা পূৱৰ সচিব জয়দ্বীপ মজুমদাৰে কয় যে এই ভ্ৰমণৰ কালছোৱাত শ্রীমোদীয়ে ২১ সংখ্যক আছিয়ান ভাৰত শীৰ্ষ সন্মিলন আৰু ১৯ সংখ্যক পূৱ এছিয়া শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিব। শ্ৰীমজুমদাৰে জনাই যে এয়া হ'ব প্ৰধানমন্ত্ৰীৰ এছিয়ান-ভাৰত শীৰ্ষ সন্মিলনত দশম সংখ্যক অংশগ্রহণ। তেওঁ কয় যে প্রধানমন্ত্রী মোদীয়ে লাওচৰ প্ৰধানমন্ত্ৰী চনেক্সে চিফান্দনৰ আমন্ত্ৰণ মৰ্মে ভিয়েনটিয়ে...

October 9, 2024 8:22 PM

views 12

মহাৰাষ্ট্ৰত ৭,৬০০ কোটিৰো অধিক টকা ব্যয়সাপেক্ষ উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে মহাৰাষ্ট্ৰত ৭,৬০০ কোটিৰো অধিক টকা ব্যয়সাপেক্ষ ভালেমান উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই উপলক্ষে শ্রীমোদীয়ে কয় যে, মহাৰাষ্ট্ৰত বিগত কেইটামান বছৰত গুৰুত্বপূৰ্ণ ক্ষেত্ৰৰ ভালেমান উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ আৰু সম্পূৰ্ণ কৰা হৈছে। তেঁও কয় যে, মহাৰাষ্ট্ৰৰ পূৰ্বতে কেতিয়াও ইমান ক্ষীপ্ৰ উন্নয়ন হোৱা নাছিল। কেন্দ্ৰীয় চৰকাৰে মাৰাঠী ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যদা প্ৰদান কৰি মাৰাঠী জনসাধাৰণৰ দীৰ্ঘদিনীয়া দাবী পূৰণ কৰিছে বুলি প্ৰধ...

October 9, 2024 5:59 PM

views 14

ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে মহাৰাষ্ট্ৰত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰ জৰিয়তে মহাৰাষ্ট্ৰত ৭,৬০০ কোটি টকাতকৈও অধিক পৰিমাণৰ পুঁজি ব্যয় সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই অনুষ্ঠানত তেওঁ নাগপুৰৰ ড০ বাবাছাহেব আম্বেদকাৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ উন্নীতকৰণ প্ৰকল্পৰ লগতে শ্বিদী বিমানবন্দৰৰ নতুন সংহত টার্মিনেল ভৱনৰো আধাৰশিলা স্থাপন কেৰে। তদুপৰি প্রধানমন্ত্ৰীয়ে মহাৰাষ্ট্ৰত নতুনকৈ নিৰ্মাণ কৰা দহখন চৰকাৰী চিকিৎসা মহাবিদ্যালয়ৰ পাঠদান প্ৰক্ৰিয়াৰো আনুষ্ঠানিক আৰম্ভণি কৰে। আনহাতে ভাৰতব...

October 9, 2024 5:46 PM

views 33

হাৰিয়ানাত সত্যতা, উন্নয়ন আৰু সুপ্ৰশাসনে জয়লাভ কৰিছেঃ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, হাৰিয়ানাত সত্যতা, উন্নয়ন আৰু সুপ্ৰশাসনে জয়লাভ কৰিছে। তেওঁ কয় যে, উন্নয়নৰ বিষয়টোক লৈ হাৰিয়ানাৰ জনসাধাৰণে বিজেপিক জয়লাভৰ ক্ষেত্ৰত হেটট্ৰিক অৰ্জন কৰাৰ সুবিধা প্ৰদান কৰিছে। হাৰিয়ানা বিধানসভাৰ নিৰ্বাচনত বিজেপিয়ে ঐতিহাসিক বিজয় সাব্যস্ত কৰাৰ পাছত দলটোৰ নতুন দিল্লীস্থিত মুখ্য কাৰ্যালয়ত আয়োজিত দলীয়া কৰ্মীসকলৰ এখন সভাত শ্ৰী মোদীয়ে হাৰিয়ানাৰ লগতে জম্মু আৰু কাশ্মীৰৰ জনসাধাৰণক অভিনন্দন জ্ঞাপন কৰে। তেওঁ কয় যে, বিজেপি কেৱল বিশ্বৰ সর্ববৃহৎ দলেই নহয়, ই সর...