September 8, 2024 8:34 PM
35
পি এম কুসুম যোজনাৰ অধীনত পঞ্জীয়ন মাচুল হিচাপে ধন লোৱা প্ৰৱঞ্চক দলৰ বিৰুদ্ধে জনসাধাৰণক পি আই বিৰ সতৰ্কবাণী
প্ৰেছ ইনফৰমেচন ব্যুৰ পি আই বিৰ সত্য অনুসন্ধান গোটে পি এম কুসুম যোজনাৰ অধীনত পঞ্জীয়ন মাচুল হিচাপে ৮ হাজাৰ টকা জমা কৰিবলৈ কোৱা প্ৰৱঞ্চক দল এটাৰ বিৰুদ্ধে জনসাধাৰণক সতৰ্ক কৰিছে। গোটটোৱে সদৰী কৰা অনুসৰি, পঞ্জীয়ন মাচুল জমা দিয়াৰ পাছত এই আঁচনিৰ অধীনৰ আবেদন গ্ৰহণ কৰা হ'ব বুলি উল্লেখ থকা নকল পত্ৰ জনসাধাৰণলৈ প্ৰেৰণ কৰা হৈছে। চৰকাৰে এই পত্ৰ নকল বুলি সদৰী কৰি এনেধৰণৰ সকলো দাবী অস্বীকাৰ কৰিছে। নতুন তথা নৱীকৰণযোগ্য শক্তি মন্ত্ৰ্যালয়ে পি এম কুসুম আঁচনিৰ প্ৰতি আগ্ৰহী জনসাধাৰণক ধন জমা কৰা তথা কোনো ব্যক্তিগত ...