January 21, 2026 7:36 PM
8
অসমত আনুমানিক ৪ লাখ ৮৬ হাজাৰ ৬৯৮ কোটি টকা বিনিয়োগেৰে ১১১ টা আন্তঃগাঁথনিমূলক প্রকল্প ৰূপায়ণ
অসমত আনুমানিক ৪ লাখ ৮৬ হাজাৰ ৬৯৮ কোটি টকা বিনিয়োগেৰে ১১১ টা আন্তঃগাঁথনিমূলক প্রকল্প ৰূপায়ণ হৈ আছে। সক্ৰিয় প্ৰশাসন আৰু সময় নির্ধাৰিত ৰূপায়ণ অর্থাৎ প্ৰগতি শীৰ্ষক কেন্দ্ৰীয় চৰকাৰৰ কাৰ্যসূচীৰ অধীনৰ পি এম জি পোৰ্টেলত এই তথ্য প্ৰকাশ কৰা হৈছে। ৰে'লৱে, পথ আৰু ঘাইপথ, শক্তি উৎপাদন আৰু বিতৰণ, তেল আৰু গেছ, স্বাস্থ্য সেৱা, আৱৰ্জনা আৰু জল ব্যৱস্থাপনাকে ধৰি বিভিন্ন খণ্ডত এই প্রকল্পসমূহ ৰূপায়ণ কৰা হৈছে। এই প্ৰকল্প ৰূপায়ণৰ ক্ষেত্ৰত প্ৰয়োজন হোৱা ভূমি অধিগ্ৰহণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে সক্ৰিয় ভূমিকা লৈছে বু...