December 30, 2025 8:11 PM

views 13

যুৱ লেখকসকলক দিশ প্ৰদৰ্শন কৰাৰ উদ্দেশ্যে PM-Yuva-3.0 প্রধানমন্ত্রীৰ আঁচনিৰ অধীনৰ গ্রন্থ নিৰ্বাচনৰ ফলাফল ঘোষণা

শিক্ষা মন্ত্র্যালয়ে যুৱ লেখকসকলক দিশ প্ৰদৰ্শন কৰাৰ উদ্দেশ্যে আৰম্ভ হোৱা PM-Yuva-3.0 প্রধানমন্ত্রীৰ আঁচনিৰ অধীনৰ গ্রন্থ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰিছে। এই আঁচনিৰ অধীনত ইংৰাজী তথা ২২ টা ভাৰতীয় ভাষাত ৪৩খন প্রস্তাৱিত গ্রন্থ নিৰ্বাচন কৰা হৈছে। শিক্ষা মন্ত্র্যালয়ে প্রকাশ কৰিছে যে, বিশিষ্ট শিক্ষাবিদসকলৰ ছমহীয়া তত্বাৱধানত প্ৰস্তাৱিত গ্রন্থসমূহ প্ৰকাশৰ দিহা কৰা হ'ব। তদুপৰি, নির্বাচিত লেখকসকলে প্রতিমাহে ৫০ হাজাৰ টকাকৈ লাভ কৰাৰ লগতে প্রকাশিত গ্রন্থসমূহৰ ১০ শতাংশকৈ জীৱনজোৰা ৰয়েল্টি লাভ কৰিব বুলিও মন্ত্র্যালয়ে ...