June 19, 2024 8:48 PM

views 22

শশাংকাসনৰ বিষয়ে ব্যাখ্যা আগবঢ়োৱা ভিডিঅ’ প্ৰচাৰ প্ৰধানমন্ত্ৰীৰ

কাইলৈ অনুষ্ঠিত হ'বলগীয়া আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ দশম সংস্কৰণ উপলক্ষে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সামাজিক মাধ্যমযোগে শশাংকাসনৰ বিষয়ে ব্যাখ্যা আগবঢ়োৱা এটা ভিডিঅ' প্ৰচাৰ কৰিছে। ভিডিঅ'টোৰ জৰিয়তে এই আসনৰ উপকাৰিতা সম্পৰ্কে বৰ্ণনা কৰাৰ লগতে কি দৰে এই যোগাসন কৰিব লাগে সেই সম্পর্কে বিশদভাৱে বৰ্ণনা কৰা হৈছে। ভিডিঅ'টোত শশাংকাসনৰ জৰিয়তে কোষ্ঠকাঠিন্যৰ সমস্যা, পিঠিৰ বিষ আৰু ক্ৰোধ তথা দুচিন্তা আঁতৰ কৰাত সহায় হয় বুলি কোৱা হৈছে। আনহাতে উচ্চ ৰক্তচাপ আৰু আথ্ৰাইটিছত ভুগি থকা ৰোগীক এই আসন নকৰিবলৈ বা উ...