December 20, 2025 11:49 AM December 20, 2025 11:49 AM
2
পশ্চিমবংগ ভ্ৰমণৰত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পশ্চিমবংগ ভ্ৰমণ কৰি কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে নাদিয়া জিলাৰ ৰাণাঘাটত প্ৰায় ৩ হাজাৰ ২০০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা দুটা ৰাষ্ট্ৰীয় ঘাইপথ প্রকল্প উদ্বোধন কৰিব। শ্রীমোদীয়ে এখন জনসভাতো অংশগ্রহণ কৰিব। প্রধানমন্ত্ৰীগৰাকীয়ে পশ্চিমবংগৰ নাদিয়া জিলাত ৬৬ দশমিক ৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৩৪ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বাৰাজাগুলি-কৃষ্ণ নগৰ খণ্ডৰ চাৰিলেনযুক্ত পথছোৱা উদ্বোধন কৰিব। তেওঁ লগতে উত্তৰ ২৪ পৰগানা জিলাৰ বাৰাছত-বাৰাজাগুলি সংযোগী ১৭ দশমিক ৬ কিলোমিট...