May 1, 2025 11:39 AM

views 16

আধাৰ প্ৰমাণিকৰণৰ জৰিয়তে হিতাধিকাৰীক চিনাক্ত কৰিবলৈ প্রধানমন্ত্ৰীৰ নির্দেশ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কালি তথ্য যোগাযোগ প্রযুক্তি আধাৰিত বহুপাক্ষিক মঞ্চ ‘প্ৰগতি’ৰ ৪৬ সংখ্যক বৈঠক অনুষ্ঠিত হয়। বৈঠকত ৩টা পথ প্রকল্প, দুটাকৈ ৰে'ল আৰু বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ প্রকল্পকে ধৰি মুঠ ৮টা গুৰুত্বপূৰ্ণ প্ৰকল্পৰ পৰ্যালোচনা চলোৱা হয়। বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ এই প্রকল্পসমূহৰ বাবদ প্রায় ৯০ হাজাৰ কোটি টকা ব্যয় হ'ব। বৈঠকত শ্ৰী মোদীয়ে সকলো মন্ত্ৰ্যালয় আৰু বিভাগক বায়’মেট্ৰিক আধাৰিত আধাৰ প্ৰমাণিকৰণ অথবা সত্যাসত্য নিৰূপণৰ জৰিয়তে হিতাধিকাৰীসকলক চিনাক্ত ...