September 20, 2024 6:01 PM

views 31

ৰাষ্ট্ৰীয় ‘পি এম বিশ্বকৰ্মা’ কাৰ্যসূচী মুকলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰৰ ৱৰ্ধাত পি এম বিশ্বকৰ্মা আঁচনিৰ এবছৰ সম্পূৰ্ণ হোৱা উপলক্ষে ৰাষ্ট্ৰীয় ‘পি এম বিশ্বকৰ্মা' কাৰ্যসূচী মুকলি কৰে। প্ৰধানমন্ত্ৰীয়ে লগতে ‘পি এম বিশ্বকর্মা’ আঁচনিৰ হিতাধিকাৰীসকলক প্ৰমাণ পত্ৰ আৰু ঋণ মোকলাই দিয়ে। এই আঁচনিৰ অধীনত শিল্পীসকলক দিয়া প্রতিশ্ৰুতিৰ প্ৰতীক হিচাপে তেওঁ ১৮টা খণ্ডৰ ১৮জন হিতাধিকাৰীক ঋণ প্ৰদান কৰে। শ্ৰী মোদীয়ে লগতে এই আঁচনিৰ সৈতে সংগতি ৰাখি এটা স্মাৰক ডাকটিকটো মুকলি কৰে। প্রধানমন্ত্রী মোদীয়ে ইয়াৰ পাছত মহাৰাষ্ট্ৰৰ অমৰাৱতীত পি এম মেগা ...