September 2, 2024 6:10 PM

views 25

তিনিদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে প্রধানমন্ত্ৰী কাইলৈ ব্ৰুনেই আৰু ছিংগাপুৰলৈ ৰাওনা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তিনিদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে কাইলৈ ব্ৰুনেই আৰু ছিংগাপুৰলৈ ৰাওনা হ'ব। নতুন দিল্লীত আজি সংবাদ মাধ্যমৰ আগত পূবৰ দায়িত্বত থকা সচিব জয়দ্বীপ মজুমদাৰে ভাৰতীয় প্ৰধানমন্ত্ৰীৰ এয়াই প্রথম দ্বিপাক্ষিক ব্রুনেই যাত্ৰা হ'ব বুলি প্ৰকাশ কৰে। তেওঁ কয় যে, ভাৰত আৰু ব্রুনেইৰ মাজত কূটনৈতিক সম্পৰ্ক স্থাপনৰ ৪০ সংখ্যক বাৰ্ষিকীৰ সময়ত প্রধানমন্ত্রী মোদী দেশখনলৈ যাব। শ্রী মজুমদাৰে কয় যে, ভাৰত এক্ট-ইষ্ট নীতি আৰু ভাৰত প্ৰশান্ত মহাসাগৰীয় দৃষ্টিভংগীৰ ক্ষেত্ৰত ব্রুনেই এটা গুৰুত্বপূৰ্ণ অং...

July 5, 2024 12:14 PM

views 11

অহা ৮ জুলাইত চাৰি দিনীয়া ভ্ৰমণসূচীৰে ৰাছিয়া আৰু অষ্ট্ৰিয়ালৈ ৰাওনা প্রধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ৮ জুলাইত চাৰি দিনীয়া ভ্ৰমণসূচীৰে ৰাছিয়া আৰু অষ্ট্ৰিয়ালৈ ৰাওনা হ'ব। বিদেশ মন্ত্ৰ্যালয়ে কৈছে যে, ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ আমন্ত্ৰণ মৰ্মে ২২ সংখ্যক ভাৰত-ৰাছিয়া সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে শ্ৰী মোদী ৮ জুলাইত মস্কোত উপস্থিত হ'ব। দুয়োগৰাকী নেতাই সাম্প্ৰতিক আঞ্চলিক আৰু পাৰস্পৰিক স্বার্থজৰিত বিভিন্ন বিষয় লৈ আলোচনা কৰিব। তাৰ পাছত প্ৰধানমন্ত্ৰী মোদী ৯ জুলাইত অষ্ট্ৰিয়ালৈ ৰাওনা হ'ব। এয়া হ'ব বিগত ৪১ বছৰত কোনো এগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰীৰ প্ৰথমটো অষ্ট্...

April 30, 2024 11:01 AM

views 23

কাইলৈৰ পৰা দুদিনীয়া ভ্রমণসূচীৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গুজৰাট ভ্ৰমণ

বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈৰ পৰা দুদিনীয়া ভ্রমণসূচী লৈ গুজৰাটলৈ যাব। শ্রীমোদীয়ে এই ভ্রমণসূচীৰ কালছোৱাত গুজৰাটৰ ১১টা লোকসভা সমষ্টি সামৰি ৬খন ৰাজহুৱা সভাত ভাষণ দিব। ইফালে কাইলৈ গুজৰাটৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে প্রধানমন্ত্ৰীগৰাকী বানাছকান্থাৰ ডিছা আৰু ছাবৰকান্থাৰ হিম্মতনগৰত অনুষ্ঠিত হ'বলগীয়া দুখন ৰাজহুৱা সভাত ভাষণ দিব। ইয়াৰ উপৰি শ্ৰীমোদীয়ে পৰহিলৈ আনন্দ, খেৰা, সুৰেন্দ্ৰনগৰ, ৰাজকোট, ভাৱনগৰ, জুনাগড়, পোৰবন্দৰ, আমৰেলি আৰু জামনগৰ সমষ্টিৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ...