August 11, 2024 11:21 AM
14
ভূমিস্খলনত ক্ষতিগ্ৰস্ত কেৰালাৰ ৱায়নাডৰ প্ৰতি পূর্ণ সমর্থন আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অলপতে হোৱা ভূমিস্খলনত বেয়াকৈ ক্ষতিগ্ৰস্ত কেৰালাৰ ৱায়নাডৰ প্ৰতি পূর্ণ সমর্থন আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। সামাজিক মাধ্যম এক্স যোগে এই বিপর্যয়ক লৈ উদ্বেগ প্রকাশ কৰি শ্ৰীমোদীয়ে কয় যে, ৱায়নাডৰ ভূমিস্খলনৰ ঘটনাই সকলোকে ব্যথিত কৰি তুলিছে। প্রধানমন্ত্ৰীয়ে কয় যে, তেওঁ ভূমিস্খলনৰ পাছৰে পৰা পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে আৰু কেন্দ্ৰীয় চৰকাৰে প্ৰভাৱিত লোকসকলৰ সহায়ৰ বাবে উপলভ্য সকলো সম্পদ একত্ৰিত কৰিছে। তেওঁ কালি বিমানেৰে অঞ্চলটো পৰিদৰ্শন কৰা বুলিও প্ৰক...