August 2, 2025 12:17 PM

views 14

বাৰানসীত প্ৰধানমন্ত্ৰীৰ ২,২০০ কোটি টকা ব্যয় সাপেক্ষ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তেওঁৰ সংসদীয় সমষ্টি বাৰাণসী ভ্ৰমণ কৰি প্ৰায় দুহেজাৰ ২০০ কোটি টকা ব্যয় সাপেক্ষ ভালেমান উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। তেওঁ তাত এখন জনসভাতো অংশ ল'ব। শ্রীমোদীয়ে বাৰাণসীৰ পৰাই কৃষক কল্যাণৰ গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে প্রধানমন্ত্রী কিষাণ সম্মান নিধিৰ ২০ সংখ্যক কিস্তি মুকলি কৰিব। ইয়াৰ জৰিয়তে সমগ্ৰ দেশৰ ৯ কোটি ৭ লাখৰো অধিক কৃষকৰ বেংক একাউণ্টলৈ ২০ হাজাৰ ৫০০ কোটি টকা প্ৰত্যক্ষভাৱে হস্তান্তৰ কৰা হ'ব। ইয়াকে ধৰি এই আঁচনিৰ অধীনত মোকলাই দিয়া ম...