October 10, 2024 11:49 AM

views 19

দুদিনীয়া লাওচ ভ্রমণসূচীৰে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ভিয়েনটিয়েনলৈ ৰাওনা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি দুদিনীয়া লাওচ ভ্রমণসূচীৰে ভিয়েনটিয়েনত উপস্থিত হ'ব। নতুন দিল্লীত কালি এখন সংবাদমেল সম্বোধন কৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ প্ৰাচ্যৰ সচিব জয়দ্বীপ মজুমদাৰে কয় যে, এই ভ্ৰমণৰ কালছোৱাত শ্রীমোদীয়ে ২১ সংখ্যক আছিয়ান ভাৰত শীৰ্ষ সন্মিলন আৰু ১৯ সংখ্যক পূৱ এছিয়া শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিব। শ্ৰীমজুমদাৰে জনাই যে, প্রধানমন্ত্ৰীয়ে এইবাৰকে ধৰি এছিয়ান-ভাৰত শীৰ্ষ সন্মিলনত দশমবাৰৰ বাবে অংশগ্ৰহণ কৰিব। এই সন্দৰ্ভত বিদেশ মন্ত্ৰ্যালয়ৰ প্ৰাচ্যৰ সচিবগৰাকীয়ে কয় -বাইট- তেওঁ ...