June 19, 2024 8:54 PM

views 22

কাইলৈ দুদিনীয়া কাৰ্যসূুচীৰে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জম্মু-কাশ্মীৰ ভ্ৰমণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাইলৈ দুদিনীয়া ভ্ৰমণসূচীৰে জম্মু কাশ্মীৰলৈ যাব। তাত তেওঁ এহেজাৰ ৫শ কোটিৰো অধিক টকা ব্যয় সাপেক্ষ ৮৪ টা গুৰুত্বপূৰ্ণ উন্নয়নমূলক প্রকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। শ্রীমোদীয়ে লগতে কাইলৈ শ্ৰীনগৰত আয়োজিত যুৱ প্ৰজন্মৰ সৱলিকৰণ, জম্মু-কাশ্মীৰৰ পৰিৱৰ্তন শীৰ্ষক এটা অনুষ্ঠানত অংশ গ্ৰহণ কৰিব। তেওঁ দুহেজাৰৰো অধিক প্ৰাৰ্থীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰাৰ লগতে এহেজাৰ ৮শ কোটি টকা ব্যয় সাপেক্ষে ৰূপায়ণ কৰিবলগীয়া কৃষি আৰু আনুসংগিক ক্ষেত্ৰত প্ৰতিযোগিতাত উন্নয়ন ব্যৱস্থা মুক...