July 10, 2024 7:52 PM
21
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অষ্ট্ৰিয়াৰ চেঞ্চেলৰ কাৰ্ল নেহমাৰৰ দ্বিপাক্ষিক বৈঠক
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিয়েনাত অষ্ট্ৰিয়াৰ চেঞ্চেলৰ কাৰ্ল নেহমাৰ সৈতে দ্বিপাক্ষিক সম্পৰ্কৰ সৈতে জড়িত বিভিন্ন বিষয় লৈ আলোচনা কৰে। ইয়াৰ ভিতৰত বাণিজ্য আৰু বিনিয়োগ, বিজ্ঞান আৰু প্ৰযুক্তি, সেউজ শক্তি, কৃত্রিম বুদ্ধিমত্তা, ষ্টাৰ্ট আপ, পৰিবেশ আৰু জলবায়ু পৰিৱৰ্তন, সাংস্কৃতিক সহযোগিতা আৰু উভয় দেশৰ জনসাধাৰণৰ মাজৰ সম্পৰ্ক অন্যতম। দুয়োগৰাকী নেতাই লগতে পাৰস্পৰিক স্বার্থজড়িত বিভিন্ন আঞ্চলিক আৰু গোলকীয় বিষয় লৈ মত বিনিময় কৰে। বৈঠকৰ অন্তত শ্রীমোদীয়ে কয় যে, তেওঁলোকে জলবায়ু পৰিৱৰ্তন আৰু ...