December 19, 2025 6:45 PM

views 12

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক আদৰাৰ বাবে ৰাজ্য চৰকাৰৰ যাৱতীয় প্রস্তুতি সম্পূর্ণ

দুদিনীয়া ভ্রমণসূচীৰে কাইলৈ অসমলৈ আহিবলগীয়া প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক আদৰাৰ বাবে ৰাজ্য চৰকাৰে যাৱতীয় প্রস্তুতি সম্পূর্ণ কৰিছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাকে ধৰি অন্যান্য মন্ত্রীসকলে প্রধানমন্ত্রীয়ে অংশগ্রহণ কৰিবলগীয়া কাৰ্যসূচীসমূহৰ বাবে প্রয়োজনীয় ব্যবস্থা গঢ়ি তুলিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কাইলৈ গুৱাহাটীত অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্রী লোকপ্রিয় গোপীনাথ বৰদলৈৰ প্ৰতিমূর্তি উন্মোচন কৰিব। তেওঁ লগতে বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ নৱনির্মিত টার্মিনেল উদ্বোধন কৰিব। এই টা...

September 12, 2025 6:41 PM

views 15

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দুদিনীয়া ভ্ৰমণসূচীৰে কাইলৈ অসম, মিজোৰাম, মণিপুৰলৈ আহিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দুদিনীয়া ভ্ৰমণসূচীৰে কাইলৈ মিজোৰাম, মণিপুৰ আৰু অসমলৈ আহিব। প্রধানমন্ত্রী মোদী কাইলৈ পুৱা ৯ বজাত আইজলৰ লেংপুই বিমান বন্দৰত উপস্থিত হোৱাৰ পাছত হেলিকপ্তাৰযোগে পোনে পোনে থুৱামপুইলৈ যাব। দিনৰ ১০ বজাত তেওঁ আইজলৰ লামউৱালত আয়োজিত এটা অনুষ্ঠানত নৱনিৰ্মিত ভৈৰৱী-চাইৰাং ৰে'লপথেৰে তিনিখন নতুন ৰেলগাড়ীৰ যাত্ৰাৰ ভার্চুৱেলি শুভাৰম্ভ কৰিব। এই নতুন ৰে'লগাড়ীকেইখন হৈছে চাইৰাং আৰু দিল্লীৰ মাজত সাপ্তাহিক ৰাজধানী এক্সপ্ৰেছ, চাইৰাং আৰু গুৱাহাটীৰ মাজত দৈনিক এক্সপ্ৰেছ আৰু চাইৰাং আৰু ক'লকাতা...