September 20, 2024 6:04 PM

views 12

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাইলৈ তিনিদিনীয়া ভ্ৰণসূচীৰে আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাইলৈৰ পৰা তিনি দিনীয়া ভ্ৰণসূচীৰে আমেৰিকা যুক্তৰাষ্ট্ৰলৈ যাব। এই ভ্রমণকালত প্রধানমন্ত্ৰীয়ে ৱাশ্বিংটনৰ ডেলাৱেৰত কোৱাড ৰাষ্ট্ৰগোষ্ঠীৰ নেতাসকলৰ চতুৰ্থ শীৰ্ষ সন্মিলনত ভাগ ল'ব । আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ' বায়ডেনে এই সন্মিলনৰ আয়োজন কৰিছে। পৰৱৰ্তী কোৱাড সন্মিলন ভাৰতে আয়োজন কৰিব। প্রধানমন্ত্রী মোদীয়ে ২২ ছেপ্তেম্বৰত নিউয়কত ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলক সম্বোধন কৰিব। শ্রী মোদীয়ে ২৩ ছেপ্তেম্বৰত নিউয়র্কত থকা ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত ছামিট অব দ্য ফিউচাৰ শীৰ্ষক সন্মি...