December 13, 2024 10:00 AM

views 10

মহাকুম্ভ মেলাৰ পূৰ্বে প্ৰয়াগৰাজত প্ৰধানমন্ত্ৰীৰ ৭০০০ কোটি টকাৰ প্রকল্প মুকলি

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ২০২৫ বৰ্ষৰ মহাকুম্ভ মেলাৰ পূৰ্বে প্ৰয়াগৰাজৰ আন্তঃগাঁথনি বিকাশৰ উদ্দেশ্যে ৭ হাজাৰ কোটি টকাৰ ব্যয়েৰে ৰূপায়ণ কৰিবলগীয়া ভালেমান উন্নয়নমূলক প্রকল্প মুকলি কৰিব। এই প্রকল্পসমূহৰ ভিতৰত ১০ খন নতুন উৰন সেঁতু, নদী ঘাট, নদীৰ দাঁতিৰ পথ আদি সামৰি লোৱা হৈছে। এই প্রকল্পসমূহে প্ৰয়াগৰাজ আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলসমূহৰ মাজত যোগাযোগ অধিক সূচল কৰি তুলিব। শ্রীমোদীয়ে লগতে গংগা নৈলৈ অপৰিশোধিত আৱৰ্জনা বোৱাই নিয়াত বাধা প্ৰদান কৰাৰ উদ্দেশ্যে কেইটামান প্রকল্পও মুকলি কৰিব। প্রধা...