December 8, 2025 12:01 PM

views 27

আধুনিকীকৰণ আৰু নগৰীকৰণে সাংস্কৃতিক বান্ধোনক বিচ্ছিন্ন কৰাৰ পৰিৱৰ্তে ভাৰতীয় সংস্কৃতিক শক্তিশালী কৰিছে- প্রধানমন্ত্রী

আধুনিকীকৰণ আৰু নগৰীকৰণে সাংস্কৃতিক বান্ধোনক বিচ্ছিন্ন কৰাৰ পৰিৱৰ্তে ভাৰতীয় সংস্কৃতিক শক্তিশালী কৰিছে। ভাৰতৰ বিকাশ ভী, বিৰাসত ভী মূলমন্ত্রই এই প্রতিশ্রুতিকে সুনিশ্চিত কৰিছে বুলি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। শ্রীমোদীয়ে কয়, যে কোনো পৰম্পৰা, শিল্পী, অথবা সম্প্রদায় যাতে চৰকাৰৰ সমৰ্থনৰ পৰা বঞ্চিত নহয়, সেয়া সুনিশ্চিত কৰা হৈছে। নতুন দিল্লীত অনুষ্ঠিত ইউনেস্ক'ৰ বিমূর্ত সাংস্কৃতিক ঐতিহ্যৰ সুৰক্ষাৰ বাবে থকা আন্তঃচৰকাৰী সমিতিৰ ২০ সংখ্যক সম্মিলনৰ উদ্বোধনী অনুষ্ঠানত কালি প্রধানমন্ত্রী মোদীয়ে এইদ...