August 23, 2024 7:09 PM

views 33

দ্বিদেশীয় ভ্রমণসূচীৰ তৃতীয় তথা অন্তিম পর্যায়ত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কীভত উপস্থিত

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী প’লেণ্ড আৰু ইউক্রেইনৰ দ্বিদেশীয় ভ্রমণসূচীৰ তৃতীয় তথা অন্তিম পর্যায়ত আজি কীভত উপস্থিত হয়। প’লেণ্ডৰ পৰা ৰে'লেৰে কীভত উপস্থিত হোৱা প্ৰধানমন্ত্ৰীগৰাকীক ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলে বিপুলভাৱে আদৰণি জনায়। শ্ৰী মোদীয়ে কীভস্থিত ইউক্রেইনৰ ৰাষ্ট্ৰীয় ইতিহাস সংগ্ৰহালয়ত মাল্টিমিডিয়া শিশু শ্বহীদ প্ৰদৰ্শনী পৰিদৰ্শন কৰে। পৰিদৰ্শনকালত ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভ'ল'ডিমিৰ জেলেনস্কীয়ে প্রধানমন্ত্রীক সংগ দিয়ে। দুয়োগৰাকী নেতাই শিশুৰ স্মৃতিৰ প্ৰতি সন্মান জনায়। সংঘৰ্ষত প্ৰাণ হেৰুওৱা শ...

August 23, 2024 11:15 AM

views 13

দিনজোৰা ভ্ৰমণসূচীৰে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ইউক্রেইনলৈ ৰাওনা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি দিনজোৰা ভ্ৰমণসূচীৰে ইউক্রেইনত উপস্থিত হ'ব। ভ্রমণকালত শ্ৰী মোদীয়ে দেশখনৰ ৰাষ্ট্ৰপতি ভ'ল'ডিমিৰ জেলনস্কীৰ সৈতে আছুতীয়া আৰু প্ৰতিনিধি পৰ্যায়ৰ আলোচনাত মিলিত হ'ব। এই বৈঠকত ইউক্রেইনৰ সংঘৰ্ষৰ সমাধান সূত্ৰ উলিওৱাৰ উপায়ক লৈ আলোচনা হ'ব। সংঘৰ্ষজৰ্জৰ দেশখন ভ্ৰমণৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, ভাৰতে যুদ্ধৰ জৰিয়তে কোনো সমস্যাৰ সমাধান কৰিব পৰা নাযায় বুলি দৃঢ়তাৰে বিশ্বাস কৰে। তেওঁ লগতে ভাৰত অঞ্চলটোলৈ শান্তি-সুস্থিৰতা ঘূৰাই অনাৰ বাবে সম্ভাব্য সকলো ধৰণৰ সহায়-সহযোগিতা ...