August 23, 2024 7:09 PM August 23, 2024 7:09 PM
5
দ্বিদেশীয় ভ্রমণসূচীৰ তৃতীয় তথা অন্তিম পর্যায়ত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কীভত উপস্থিত
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী প’লেণ্ড আৰু ইউক্রেইনৰ দ্বিদেশীয় ভ্রমণসূচীৰ তৃতীয় তথা অন্তিম পর্যায়ত আজি কীভত উপস্থিত হয়। প’লেণ্ডৰ পৰা ৰে'লেৰে কীভত উপস্থিত হোৱা প্ৰধানমন্ত্ৰীগৰাকীক ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলে বিপুলভাৱে আদৰণি জনায়। শ্ৰী মোদীয়ে কীভস্থিত ইউক্রেইনৰ ৰাষ্ট্ৰীয় ইতিহাস সংগ্ৰহালয়ত মাল্টিমিডিয়া শিশু শ্বহীদ প্ৰদৰ্শনী পৰিদৰ্শন কৰে। পৰিদৰ্শনকালত ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভ'ল'ডিমিৰ জেলেনস্কীয়ে প্রধানমন্ত্রীক সংগ দিয়ে। দুয়োগৰাকী নেতাই শিশুৰ স্মৃতিৰ প্ৰতি সন্মান জনায়। সংঘৰ্ষত প্ৰাণ হেৰুওৱা শ...