January 16, 2026 8:30 PM
4
ষ্টার্ট আপ ইণ্ডিয়া অভিযানে ১০ বছৰত বিপ্লৱত পৰিণত হৈছে : প্রধানমন্ত্রী
ষ্টার্ট আপ ইণ্ডিয়া অভিযানে সমগ্র দেশতে নতুন সংস্কৃতিৰ প্ৰৱৰ্তন কৰি মাত্র ১০ বছৰতে বিপ্লৱত পৰিণত হোৱা বুলি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে প্রকাশ কৰিছে। ষ্টার্ট আপ ইন্ডিয়া অভিযানৰ এটা দশক সম্পূর্ণ হোৱা উপলক্ষে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত ৰাষ্ট্ৰীয় স্টার্ট আপ দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি শ্রীমোদীয়ে কয় যে সম্প্রতি ভাৰত বিশ্বৰ তৃতীয় সর্ববৃহৎ ষ্টার্ট আপ অনুকূল ব্যৱস্থাৰ দেশৰূপে পৰিগণিত হৈছে। দেশৰ যুৱ প্ৰজন্মই বাস্তৱিক সমস্যাৰ সমাধানসূত্ৰ উলিওৱাত ব্ৰতী হোৱা বুলি উল্লেখ কৰি শ্রীমোদীয়ে নতুন সপো...