April 5, 2025 11:15 AM

views 29

শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিৰে পাৰস্পৰিক স্বার্থ সম্বলিত বিভিন্ন বিষয়ত আলোচনাত মিলিত হ’ব প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কলম্বোেত শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰা কুমাৰা দিশানায়কেৰ সৈতে পাৰস্পৰিক স্বার্থ সম্বলিত বিভিন্ন বিষয়ত আলোচনাত মিলিত হ'ব। দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সম্পর্ক সুদৃঢ় কৰাৰ উদ্দেশ্যে শক্তি, বাণিজ্য, যোগাযোগ, প্ৰতিৰক্ষা আৰু ডিজিটেলাইজেচন আদি ক্ষেত্ৰক সামৰি আলোচনা কৰিব। শ্রীমোদী তিনিদিনীয়া ভ্রমণসূচীৰে কালি সন্ধিয়া দ্বীপৰাষ্ট্ৰখনত উপস্থিত হয়। প্রধানমন্ত্ৰীগৰাকীক বন্দৰানায়কে আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত কেইবাগৰাকী জ্যেষ্ঠ মন্ত্ৰীয়ে আদৰণি জনায়। ৰাষ্ট্ৰপতি দিশানায়...