March 7, 2025 10:19 AM

views 16

ভাৰতৰ কীৰ্তি আৰু সফলতাই সমগ্ৰ বিশ্বত নতুন দিগন্তৰ সূচনা কৰিছে : প্ৰধানমন্ত্ৰী

ভাৰতৰ কীৰ্তি আৰু সফলতাই সমগ্ৰ বিশ্বতে নতুন দিগন্তৰ সূচনা কৰিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উল্লেখ কৰিছে। তেওঁ কয়, যে সমগ্ৰ বিশ্বই এই যুগ ভাৰতৰ যুগ বুলি অভিহিত কৰিছে। নতুন দিল্লীত এটা ব্যক্তিগত নিউজ চেনেলে আয়োজন কৰা এটা অনুষ্ঠানত প্রধানমন্ত্ৰীয়ে কয়, যে সম্প্ৰতি ভাৰতে বিশ্বৰ বিকাশক নেতৃত্ব দিছে আৰু বিকাশৰ পথত দ্ৰুত গতিত আগবাঢ়ি গৈছে। তেওঁ কয়, যে ভাৰতে অভিলাষী লক্ষ্যত উপনীত হোৱাৰ বাবে দূৰদৰ্শী পৰিকল্পনা গ্ৰহণ কৰে আৰু ইয়ে ফলপ্ৰসূ ফলাফল প্ৰদান কৰে। তেওঁ লগতে কয়, যে যোৱা দশকত ভাৰত বিশ্ব...