November 23, 2024 10:20 AM

views 14

সমগ্ৰ বিশ্ব‍ই ভাৰতৰ কৌশলগত গুৰুত্বৰ কথা স্বীকাৰ কৰিবলৈ লৈছে : প্ৰধানমন্ত্ৰী

বিগত ১০ বছৰত বৰ্তমানৰ চৰকাৰে ৰূপায়ণ কৰা সংস্কাৰ, প্ৰদৰ্শন আৰু পৰিৱৰ্তনৰ মন্ত্ৰৰ বাবেই সমগ্ৰ বিশ্ব‍ই ভাৰতৰ কৌশলগত গুৰুত্বৰ কথা স্বীকাৰ কৰিবলৈ লৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। জাৰ্মানীৰ স্তটগাৰ্টৰ এটা সংবাদগোষ্ঠীয়ে ভাৰত-জার্মানী : বহনক্ষম উন্নয়নৰ পৰিকল্পনা বিষয়বস্তুৰে আয়োজন কৰা এটা অনুষ্ঠান সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কালি এইদৰে প্ৰকাশ কৰে। ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে দিয়া ভাষণত শ্রীমোদীয়ে কয়, যে ভাৰত বিশ্বৰ সবাতোকৈ দ্রুত বিকাশশীল অর্থ ব্যৱস্থাৰ দেশ আৰু প্ৰতিখ...