January 19, 2026 7:36 PM

views 33

গুৱাহাটী বিশ্ববিদ্যালয়ত আজি উত্তৰ-পূব আঞ্চলিক ভাৰতীয় দক্ষতা প্ৰতিযোগিতা ২০২৫-২৬

দক্ষতা বিকাশ আৰু উদ্যমিতা দপ্তৰৰ স্বতন্ত্ৰ ৰাজ্য মন্ত্ৰী জয়ন্ত চৌধাৰীয়ে গুৱাহাটী বিশ্ববিদ্যালয়ত আজি উত্তৰ-পূব আঞ্চলিক ভাৰতীয় দক্ষতা প্ৰতিযোগিতা ২০২৫-২৬ উদ্বোধন কৰে। এই প্ৰতিযোগিতাৰ জৰিয়তে দেশৰ দক্ষতা বিকাশৰ ক্ষেত্ৰত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ স্থিতি শক্তিশালী কৰাৰ লক্ষ্য লোৱা হৈছে। ইয়াৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৮ খন ৰাজ্যৰ যুৱক-যুৱতীসকলক একত্ৰিত কৰা হৈছে। তেওঁলোকে ২৬টা বিভাগৰ দক্ষতা প্রতিযোগিতাত অৱতীৰ্ণ হৈছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহত এই প্রতিযোগিতা অনুষ্...

July 16, 2025 12:33 PM

views 20

স্কীল ইণ্ডিয়া অভিযানৰ ১০ বছৰ সম্পূৰ্ণ

স্কীল ইণ্ডিয়া উদ্যমে অগণন লোকক উপকৃত কৰিছে, তেওঁলোকক নতুন উদ্যমেৰে সবল কৰি তুলিছে আৰু লোকসকলৰ বাবে ন-ন সুযোগৰ সৃষ্টি কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী জয়ন্ত চৌধাৰীয়ে সামাজিক মাধ্যমত লিখা এটা প’ষ্টত সঁহাৰি জনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই মন্তব্য প্ৰকাশ কৰিছে। শ্রীমোদীয়ে কয়, যে স্কীল ইণ্ডিয়া অভিযানে ১০ বছৰ সম্পূৰ্ণ কৰাৰ সময়তে চৰকাৰে এই অভিযানৰ জৰিয়তে দক্ষ আৰু স্বাৱলম্বী যুৱ শক্তি সৃষ্টি কৰাৰ প্ৰতিশ্ৰুতি দিছে। প্রধানমন্ত্ৰীগৰাকীয়ে লগতে কয়, যে এই অভিযানে দেশক বিকশিত ভাৰত হিচাপে নিৰ্মাণ কৰাৰ...