September 4, 2025 3:43 PM September 4, 2025 3:43 PM
18
প্রধানমন্ত্ৰী মোদী আৰু ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী লৰেন্স ৱং প্রতিনিধি পৰ্যায়ৰ বৈঠকত মিলিত হৈছে
● প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী লৰেন্স ৱং আজি নতুন দিল্লীত প্রতিনিধি পৰ্যায়ৰ বৈঠকত মিলিত হৈছে। শ্ৰীৱং প্রধানমন্ত্ৰী মোদীৰ আমন্ত্ৰণ মৰ্মে তিনিদিনীয়া ভ্রমণসূচীৰে ভাৰতলৈ আহিছে। বৈঠকত দুয়োগৰাকী নেতাই ভাৰত আৰু ছিংগাপুৰৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্ক আৰু পাৰস্পৰিক স্বার্থজড়িত বিষয়সমূহত আলোচনা কৰাৰ সম্ভাৱনা আছে। ইয়াৰ পূৰ্বে পুৱাৰ ভাগত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে শ্ৰীৱঙক নতুন দিল্লীত সাক্ষাৎ কৰে। ড০ জয়শংকৰে ভাৰত-ছিংগাপুৰ সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত প্ৰধানমন্ত্...