September 19, 2024 8:54 PM September 19, 2024 8:54 PM
3
শ্ৰীনগৰত আজি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নির্বাচনী সভা
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্ৰীনগৰত এখন নির্বাচনী সভাত সম্বোধন কৰে। শ্ৰীমোদীয়ে জম্মু-কাশ্মীৰত অহা ২৫ ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব লগা দ্বিতীয় পৰ্যায়ৰ বিধানসভাৰ নিৰ্বাচনত জনসাধাৰণক অভিলেখ পৰিমাণৰ ভোটদান কৰিবলৈ আহ্বান জনাইছে। জম্মু-কাশ্মীৰক সম্পূৰ্ণ ৰাজ্যৰ মৰ্যাদা পুনৰ প্ৰদান কৰাৰ বাবে তেওঁৰ চৰকাৰে সংসদত প্ৰকাশ কৰাৰ কথা দোহাৰি শ্ৰীমোদীয়ে কয় যে, কেৱল বিজেপিয়েহে এই প্ৰতিশ্ৰুতিৱদ্ধতা পূৰণ কৰিব পাৰিব। শ্রীমোদীয়ে কয় যে, জম্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচনৰ কালি অনুষ্ঠিত প্ৰথম পৰ্য্যায়ৰ নিৰ্বা...