September 26, 2024 10:12 AM September 26, 2024 10:12 AM
4
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি মহাৰাষ্ট্ৰৰ পুণে ভ্ৰমণ
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰৰ পুণে ভ্ৰমণ কৰিব। ভ্ৰমণৰ সময়ছোৱাত শ্রীমোদীয়ে ২২ হাজাৰ ৬ কোটি টকাৰো অধিক ব্যয় সাপেক্ষ ভালেমান প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে আন ভালেমান প্রকল্প ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰিব ৷ প্রধানমন্ত্ৰীয়ে আজি পুনেৰ জিলা আদালতৰ পৰা স্বৰগেটলৈ চলিবলগীয়া মেট্ ৰে'লৰ যাত্ৰাৰো পতাকা জোকাৰি শুভাৰম্ভ কৰিব। দেশক ছুপাৰ কম্পিউটিং প্ৰযুক্তিৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল কৰি তোলাৰ প্ৰতিশ্ৰুতি অনুসৰি প্ৰধানমন্ত্ৰীয়ে আজি ৰাষ্ট্ৰীয় চুপাৰ কম্পিউটিং অভিযানৰ অধীনত থলুৱাভাৱে নির্মি...