January 24, 2026 12:16 PM
11
প্ৰধানমন্ত্ৰীৰ ধ্বজাবাহী মঞ্চ ‘প্রগতি’ এটি উল্লেখযোগ্য মাইলৰ খুঁটিৰূপে ইয়াৰ ৫০ সংখ্যক বৈঠকৰ সফল পৰিচালনা সম্পন্ন
সক্রিয় শাসন আৰু সময়মতে কাৰ্যকৰীকৰণৰ বাবে প্ৰধানমন্ত্ৰীৰ ধ্বজাবাহী মঞ্চ 'প্রগতি' য়ে এটি উল্লেখযোগ্য মাইলৰ খুঁটিৰূপে ইয়াৰ ৫০ সংখ্যক বৈঠকৰ সফল পৰিচালনা সম্পন্ন কৰিছে। ২০১৫ চনত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আৰম্ভ কৰাৰ পাছৰে পৰা প্ৰগতিয়ে তেওঁৰ প্রত্যক্ষ পর্যালোচনাৰ জৰিয়তে মূল আন্তঃগাঁথনি প্রকল্প আৰু ৰাইজৰ অভিযোগ-সমস্যাসমূহৰ বাস্তৱ সময়ৰ নিৰীক্ষণ আৰু সমাধান কৰি শাসন ব্যৱস্থাৰ ৰূপান্তৰ ঘটাইছে। এটা দশক ধৰি প্ৰগতিয়ে সিদ্ধান্ত গ্রহণ প্ৰক্ৰিয়া ত্বৰান্বিত কৰাৰ উপৰি মূল আন্তঃগাঁথনি প্রকল্পসমূহত বিলম্ব হোৱা সম...