September 12, 2025 9:17 PM

views 12

দেশৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চল উদ্ভাসিত হৈ উঠিছে বুলি সামাজিক মাধ্যমত প্ৰধানমন্ত্ৰী মোদীৰ প্ৰবন্ধ শ্বেয়াৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দেশৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চল উদ্ভাসিত হৈ উঠিছে বুলি এটা প্ৰৱন্ধ সামাজিক মাধ্যমযোগে শ্বেয়াৰ কৰিছে। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ভৈৰৱী চাইৰাং ৰেলপথ মুকলি কৰাৰ ফলত এটা ঐতিহাসিক মাইলৰ খুঁটি হিচাপে বিবেচিত হ'ব বুলি প্ৰকাশ কৰা এটা প্ৰৱন্ধ শ্ৰীমোদীয়ে শ্বেয়াৰ কৰে। এই ৰেলপথে মিজোৰামক ৰাষ্ট্ৰীয় ৰে'ল নেটৱৰ্কৰ সৈতে সংযুক্ত কৰিব। ইয়াৰ ফলত বাণিজ্য, যোগাযোগ আৰু সুবিধা বৃদ্ধি কৰিব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় সূত্ৰই সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছে যে বর্তমান সময...