August 23, 2024 11:26 AM

views 22

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঐতিহাসিক পোলেণ্ড ভ্রমণৰ সফল সামৰণি

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পোলেণ্ডৰ প্রধানমন্ত্রী ডনাল্ড টাস্ক আৰু ৰাষ্ট্ৰপতি আন্দ্ৰেজ ডুডাৰ সৈতে হোৱা বৈঠকেৰে ঐতিহাসিক পোলেণ্ড ভ্রমণ সামৰিছে। প্রধানমন্ত্রী মোদীয়ে কয় যে, ৪৫ বছৰৰ পাছত এগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰীয়ে পোলেণ্ড ভ্ৰমণ কৰাৰ পৰিপ্ৰেক্ষিতত এই দিনটোৱে দুয়োখন দেশৰ সম্পৰ্কৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব বহন কৰিছে। তেওঁ লগতে পোলেণ্ডক ভাৰতৰ গুৰুত্বপূৰ্ণ বন্ধু বুলি অভিহিত কৰে। প্ৰধানমন্ত্ৰীয়ে সামাজিক মাধ্যম যোগে কৈছে যে, এই ভ্রমণে পোলেণ্ডৰ সৈতে সহযোগিতা সুদৃঢ় কৰাৰ সুযোগ প্ৰদান কৰিছে। দেশ দু...