August 24, 2024 11:28 AM August 24, 2024 11:28 AM
5
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পোলেণ্ড আৰু ইউক্রেইনৰ ঐতিহাসিক ভ্ৰমণ সফলতাৰে সম্পন্ন
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পোলেণ্ড আৰু ইউক্রেইনৰ ঐতিহাসিক ভ্ৰমণ সফলতাৰে সম্পন্ন কৰিছে । শ্রীমোদীয়ে সামাজিক মাধ্যম যোগে ইউক্রেইন ভ্রমণ সন্দৰ্ভত কৈছে যে, তেওঁ ভাৰত আৰু ইউক্রেইনৰ মাজত মিত্ৰতাৰ এনাজৰী অধিক সুদৃঢ় কৰাৰ উদ্দেশ্যে মহান দেশখনলৈ গৈছে। শ্রীমোদীয়ে ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভ'ল ডিমিৰ জেলেস্কিৰ সৈতে হোৱা আলোচনাত ফলপ্রসূ আছিল বুলি অভিহিত কৰে। তেওঁ কয় যে, ভাৰতে শান্তি সদায় বর্তি থকা উচিত বুলি বিশ্বাস কৰে। প্ৰধানমন্ত্ৰীয়ে লগতে ইউক্রেইনৰ চৰকাৰ আৰু জনসাধাৰণক তেওঁলোকৰ আতিথ্যৰ বাবে ধন্যবাদ জনায...