September 26, 2024 9:16 PM

views 10

হাৰিয়ানাত জনসাধাৰণে বিজেপিক পুনৰ সেৱা কৰাৰ সুবিধা প্ৰদান কৰিবঃ প্ৰধানমন্ত্ৰী মোদী

বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হাৰিয়ানাৰ জনসাধাৰণে ৰাজ্যখনত পুনৰ বিজেপিক সেৱা কৰাৰ সুবিধা প্ৰদান কৰিব বুলি আশা প্রকাশ কৰিছে। ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে হাৰিয়ানাৰ বিজেপিৰ বুথ কৰ্মকৰ্তাসকলক সম্বোধন কৰি শ্ৰী মোদীয়ে কয় যে, ভাৰতীয় জনতাপাৰ্টীয়ে ৰাজ্যখনত দুৰ্নীতিমুক্ত সেৱা প্ৰদান কৰি আছে। তেওঁ কোনো ধৰণৰ অসাধু পন্থা অৱলম্বন নকৰাকৈ ৰাজ্যখনৰ যুৱ প্ৰজন্মই নিয়োগৰ সুবিধা লাভ কৰিছে বুলি অৱগত কৰে। কংগ্ৰেছক সমালোচনা কৰি শ্ৰী মোদীয়ে দলটোৱে সকলোৰে মাজত মতানৈক্য, বিভেদ আৰু অন্তঃ...