February 15, 2025 6:14 PM February 15, 2025 6:14 PM

views 19

যুৱ প্ৰজন্মই স্পষ্টতা, স্থিতিস্থাপকতা আৰু উদ্দেশ্যবোধৰ প্ৰৱল চেতনা গঢ়ি তুলিব পাৰে : প্ৰধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে আত্ম সচেতনতা আৰু মননশীলতাৰ জৰিয়তে যুৱ প্ৰজন্মই স্পষ্টতা, স্থিতিস্থাপকতা আৰু উদ্দেশ্যবোধৰ প্ৰৱল চেতনা গঢ়ি তুলিব পাৰে। ২০২৫ বৰ্ষৰ পৰীক্ষা পে চৰ্চাৰ পঞ্চম সংস্কৰণত প্রধানমন্ত্ৰীয়ে ছাত্ৰ-ছাত্ৰীৰ মনৰ চমৎকাৰীতা সন্দৰ্ভত আলোকপাত কৰে। তেওঁ কয় যে শৈক্ষিক উৎকর্ষতাই কেৱল প্ৰগতি আনিব নোৱাৰে, সামগ্ৰীক বিকাশেহে ছাত্ৰ-ছাত্ৰীৰ জীৱনলৈ প্ৰকৃত অগ্ৰগতি আনি দিব পাৰে। প্ৰখ্যাত আধ্যাত্মিক গুৰু সদগুৰুৱে শিক্ষণক আনন্দময় আৰু সন্তুলিত তথা প্ৰাণৱন্ত কৰি তোলাৰ বিষয়ে গুৰুত্ব দিয়ে।...