April 24, 2025 8:20 PM
জম্মু-কাশ্মীৰৰ পহলগামত সন্ত্ৰাসবাদীৰ নিৰ্মম আক্ৰমণৰ ঘটনাক প্ৰধানমন্ত্ৰীৰ কঠোৰ ভাষাৰে গৰিহণা
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জম্মু-কাশ্মীৰৰ পহলগামত পৰহি সংঘটিত সন্ত্ৰাসবাদীৰ নিৰ্মম আক্ৰমণৰ ঘটনাক কঠোৰ ভাষাৰে গৰিহণা দি ইয়াক ভাৰতৰ আত্মাক আঘাত হনাৰ দুঃসাহস বুলি অভিহিত কৰিছে। ৰাষ্...