September 24, 2024 11:33 AM

views 16

মানৱতাৰ সাফল্য যুদ্ধক্ষেত্ৰত নহয়, বৰং সামূহিক শক্তিতহে নিহিত হৈ থাকে : প্ৰধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, ডিজিটীয় জন আন্তঃগাঁঠনিক বাধা হিচাপে নহয়, বৰং সংযোগ হিচাপেহে ব্যৱহাৰ কৰিব লাগে। ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত যোৱা নিশা অনুষ্ঠিত ভৱিষ্যতৰ শীৰ্ষ সন্মিলনত ভাষণ দি প্রধানমন্ত্ৰীয়ে কয় যে, বিশ্বৰ মংগলৰ বাবে ভাৰতে নিজৰ ডিজিটীয় জন আন্তঃগাঁঠনি ৰাজহুৱা কৰিবলৈ সাজু। ভাষণত শ্ৰী মোদীয়ে প্ৰযুক্তিৰ নিৰাপদ আৰু দায়িত্বশীল ব্যৱহাৰৰ বাবে ভাৰসাম্য নিয়ন্ত্ৰণত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে, বিশ্বই এনে গোলকীয় ডিজিটীয় শাসন ব্যৱস্থা বিচাৰে, য'ত সাৰ্বভৌমত্ব আৰু অখণ্ডতা অক্ষত থা...