July 9, 2025 8:02 PM

views 15

নামিবিয়াৰ ৰাষ্ট্ৰপতিৰে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিনিধি পৰ্যায়ৰ বৈঠক

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি নামিবিয়াৰ ৰাজধানী ৱি হোকত দেশখনৰ ৰাষ্ট্ৰপতি ড০ নেটুম্বো নান্দি উইণ্ডহোকৰ সৈতে প্ৰতিনিধি পৰ্যায়ৰ বৈঠকত মিলিত হয়। বৈঠকত বিভিন্ন গুৰুত্বপূৰ্ণ খণ্ডত নতুন নতুন ক্ষেত্ৰৰ সহযোগিতাৰ অন্বেষণৰ জৰিয়তে দুয়োখন দেশৰ মাজত অর্থনৈতিক অংশীদাৰীত্ব সুদৃঢ় কৰাৰ সন্দৰ্ভত আলোচনা কৰা হয়। আলোচনাৰ অন্তত স্বাস্থ্য সেৱা আৰু ঔষধ, গোলকীয় জৈৱ ইন্ধন, আন্তঃগাঁঠনি পৰিকাথামো আৰু উদ্যোগী খণ্ডত সহযোগিতাৰ সম্প্ৰসাৰণৰ লক্ষ্যৰে বুজাবুজি চুক্তিত স্বাক্ষৰ কৰা হয় ৷ প্রধানমন্ত্রী মোদীয়ে এই ভ্ৰমণ কা...

July 9, 2025 2:28 PM

views 10

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নামিবিয়াৰ ৰাজধানী ৱিহোকত উপস্থিত

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁ পাঁচখন দেশ ভ্রমণসূচীৰ চূড়ান্ত পৰ্যায়ত আজি নামিবিয়াৰ ৰাজধানী ৱিহোকত উপস্থিত হয়। বিমান বন্দৰত তেওঁক দেশখনৰ আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক আৰু বাণিজ্য দপ্তৰৰ মন্ত্ৰী ছেলমা আশ্বিপালা - মুছােিয় আদৰণি জনায়। প্রধানমন্ত্ৰী মোদীৰ সন্মানার্থে আয়োজন কৰা আড়ম্বৰপূৰ্ণ অনুষ্ঠানত তেওঁক পৰম্পৰাগত গৰ্বা নৃত্যৰে আদৰণি জনোৱা হয় আৰু যোগাভ্যাস প্ৰদৰ্শন কৰা হয়। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত শ্রীমোদীয়ে, নামিবিয়াক আস্থাপূর্ণ আফ্রিকীয় সহযোগী দেশ বুলি অভিহিত কৰি শ্ৰীমোদীয়ে কয...