March 12, 2025 12:06 PM

views 18

ভাৰত আৰু গোলকীয় দক্ষিণৰ মাজৰ এখন গুৰুত্বপূৰ্ণ সেঁতু মৰিচাছঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মৰিচাছক ভাৰত আৰু গোলকীয় দক্ষিণৰ মাজৰ এখন গুৰুত্বপূৰ্ণ সেঁতু বুলি অভিহিত কৰিছে। পোর্ট লুইত যোৱা নিশা প্ৰৱাসী ভাৰতীয়সকলৰ সৈতে এটা মত-বিনিময় অনুষ্ঠানত ভাগ লৈ শ্রীমোদীয়ে কয় যে মৰিচাছ হৈছে ভাৰতৰ সাগৰ দৰ্শনৰ কেন্দ্ৰবিন্দু। ২০১৫ চনত দ্বীপ ৰাষ্ট্ৰখন ভ্ৰমণৰ সময়ত প্রধানমন্ত্ৰীয়ে প্ৰথমবাৰৰ বাবে সাগৰ দৰ্শনৰ বিষয়ে ঘোষণা কৰিছিল। দুয়োখন দেশৰ মাজৰ গভীৰ সম্পৰ্কৰ কথা উল্লেখ কৰি শ্ৰীমোদীয়ে দ্বীপ ৰাষ্ট্ৰখনত নতুন সংসদ ভৱন নিৰ্মাণকে ধৰি সৰ্বাংগীন বিকাশত সমৰ্থন আগবঢ়োৱাৰ নিশ্চয়...