October 16, 2025 7:44 PM

views 13

অন্ধ্ৰপ্ৰদেশৰ কুৰ্মুলত নিৰ্মাণ কৰা উন্নয়নমূলক প্রকল্প ৰাষ্ট্ৰৰ নামত উৎসৰ্গা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অন্ধ্ৰপ্ৰদেশৰ কুৰ্মুলত প্ৰায় ১৩ হাজাৰ ৪৩০ হাজাৰ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা ভালেমান উন্নয়নমূলক প্রকল্প ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰিছে। শ্রীমোদী আজি পুৱা অন্ধ্ৰপ্ৰদেশত উপস্থিত হৈ উদ্যোগ, শক্তি, পথ, ৰে'লৱে, প্ৰতিৰক্ষা সামগ্ৰী নিৰ্মাণ, পেট্রলিয়াম আৰু প্ৰাকৃতিক গেছ আদি খণ্ডৰ বিভিন্ন প্রকল্প উদ্বোধন কৰে। এই প্রকল্পসমূহে ৰাজ্যখনৰ ঔদ্যোগিকীকৰণক ত্বৰান্বিত কৰি সৰ্বাত্মক আৰ্থ- সামাজিক বিকাশৰ জৰিয়তে আঞ্চলিক আন্তঃগাঁথনি উন্নত কৰাৰ বাবে থকা চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাকে সূচ...