April 6, 2024 12:20 PM

views 18

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজস্থানৰ আজমেৰ জিলাত এখন নির্বাচনী সভাত অংশগ্ৰহণ কৰিব

প্রধানমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে আজি ৰাজস্থানৰ আজমেৰ জিলাৰ পুষ্কৰৰ সমীপত এখন নির্বাচনী সভাত অংশগ্ৰহণ কৰিব। আজমেৰ আৰু পুষ্কৰৰ বিজেপি প্রার্থীদ্বয়ৰ সমৰ্থনত এই সভাৰ আয়োজন কৰা হৈছে। ৰাজস্থানত শ্ৰীমোদীৰ এইখন তৃতীয়খন নির্বাচনী সভা হ'ব।  ইফালে,  আজি পুৱা উত্তৰ প্ৰদেশৰ চাহাৰণ পুৰত এখন জনসভা সম্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। বিয়লিৰ ভাগলৈ সমাবেশত ভাষণ দিব। সন্ধিয়া শ্রীমোদী গাজিয়াবাদত এটা ৰোড শ্ব’ত অংশগ্ৰহণ কৰাৰ কথা আছে। ইপিনে কংগ্ৰেছে দলীয় ইস্তাহাৰ সন্দৰ্ভত জয়পুৰত আজি এখন ব...