November 29, 2024 10:06 AM

views 11

আজিৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ তিনিদিনীয়া ওড়িশা ভ্ৰমণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভূৱনেশ্বৰত হ'বলগীয়া আৰক্ষী সঞ্চালক প্ৰধান আৰু আৰক্ষী মহাপৰিদৰ্শকসকলৰ সৰ্বভাৰতীয় সন্মিলনত অংশগ্ৰহণ কৰাৰ লগতে অন্যান্য ভালেমান কাৰ্যসূচী লৈ আজিৰ পৰা তিনিদিনীয়াকৈ ওড়িশা ভ্ৰমণ কৰিব। দেশৰ সকলো ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলৰ আৰক্ষী সঞ্চালকপ্ৰধানসকলৰ উপৰি চি আৰ পি এফ, আৰ, এন এছ জি, ইন্টালিজেন্স ব্যুৰ' আৰু এছ পি জিৰ মুৰববীসকলে ভাগ ল'বলগীয়া এই সন্মিলনখন ওড়িশাই প্ৰথমবাৰৰ বাবে আয়োজন কৰিছে। লোক সেৱা ভৱণত হ'বলগীয়া সন্মিলনখনত প্ৰধানমন্ত্ৰীৰ উপৰি কেন্দ্ৰীয় গৃহমন্ত্রী ...