May 3, 2024 12:16 PM

views 25

২০১৪ চনত জনসাধাৰণে তেওঁৰ পৰা আশা কৰিছিল আৰু ২০১৯ চনত সেই আশাসমূহ আস্থাত পৰিণত হৈছেঃ মোদী

♦ প্রধানমন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোডীয়ে কৈছে যে ২০১৪ চনত জনসাধাৰণে তেওঁৰ পৰা আশা কৰিছিল আৰু ২০১৯ চনত সেই আশাসমূহ আস্থাত পৰিণত হৈছে। তেওঁ কয় যে আশাৰ পৰা আৰম্ভ হৈ ই আস্থাৰ পৰ্যায় অতিক্ৰমী নিশ্চয়তাত পৰিণত হৈছে। এটা নিউজ চেনেলত দিয়া সাক্ষাৎকাৰত শ্ৰীমোডীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে কঠোৰ পৰিশ্ৰম, প্ৰদৰ্শন, স্থায়ীত্ব আৰু স্পষ্টতাৰ বাবেই এয়া সম্ভৱ হৈ উঠিছে। Read More :  লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিন  গুৱাহাটী উচ্চ ন্যায়ালয়ে সমগ্ৰ ৰ...

May 2, 2024 6:23 PM

views 27

বিগত ১০ বছৰত এন ডি এৰ শাসনকালত দেশত ব্যাপক পৰিৱৰ্তন হৈছেঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত ১০ বছৰত এন ডি এৰ শাসনকালত দেশে ব্যাপক পৰিৱৰ্তন প্ৰত্যক্ষ কৰিছে বুলি মত প্রকাশ কৰিছে। গুজৰাটৰ আনন্দত আজি এখন ৰাজনৈতিক সমাৱেশত ভাষণ দি শ্রী মোদীয়ে কয় যে ভাৰত সম্প্রতি গোলকীয় বিষয়সমূহৰ ক্ষেত্ৰত এখন গুৰুত্বপূৰ্ণ দেশ হিচাপে পৰিগণিত হৈছে আৰু বিশ্বই এতিয়া আন্তঃৰাষ্ট্ৰীয় সংঘাতসমূহৰ ক্ষেত্ৰত ভাৰতক মধ্যস্থতাকাৰী হিচাপে চাবলৈ লৈছে। বিশ্ব প্ৰেক্ষাপটত যোৱা এটা দশকত দেশৰ ভাবমূৰ্তিৰ উল্লেখযোগ্য পৰিৱৰ্তন সাধন হৈছে বুলিও তেওঁ প্ৰকাশ কৰে। তেওঁ কয় যে বিজেপি চৰকাৰে ৩০ কোটি...