August 23, 2025 8:39 PM

views 18

মহাকাশ খণ্ডত ভাৰতে উল্লেখযোগ্য অগ্রগতি লাভ কৰিছে আৰু জনসাধাৰণৰ জীৱন ধাৰণৰ মান সহজ কৰি তুলিছেঃ প্ৰধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, মহাকাশ খণ্ডত ভাৰতে আজি উল্লেখযোগ্য অগ্রগতি লাভ কৰিছে আৰু দেশৰ জনসাধাৰণৰ জীৱন ধাৰণৰ মান সহজ কৰি তুলিছে। মহাকাশ দিৱস উপলক্ষে এটা ভিডিঅ' বার্তাযোগে শ্ৰী মোদীয়ে কয়, যে ভাৰতে মহাকাশ প্রযুক্তি কেৱল বৈজ্ঞানিক সম্পৰীক্ষা নহয়, ই লগতে জনসাধাৰণৰ জীৱন ধাৰণ সহজ কৰি তুলিছে। তেওঁ কয়, যে বর্ধিত মহাকাশ প্রযুক্তি চৰকাৰৰ প্ৰশাসনীয় কামকাজৰ এটা অংশ হৈ পৰিছে। শ্ৰী মোদীয়ে কৃত্ৰিম উপগ্ৰহৰ জৰিয়তে কৃষকৰ খাদ্য শস্যৰ বীমাৰ মূল্যাংকণ কৰাৰ বাবে ব্যৱহাৰ কৰা প্ৰযুক্তি, মাছমৰীয়াসক...