October 11, 2024 6:40 PM

views 17

লোকনায়ক জয়প্ৰকাশ নাৰায়ণৰ জন্মবার্ষিকী উপলক্ষে প্ৰদানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শ্ৰদ্ধাঞ্জলি

লোকনায়ক জয়প্ৰকাশ নাৰায়ণৰ জন্ম বার্ষিকী উপলক্ষে আজি প্ৰদানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত প্ৰধানমন্ত্ৰীগৰাকীয়ে জয়প্রকাশ নাৰায়ণৰ সমগ্ৰ দেশ আৰু সমাজলৈ আগবঢ়োৱা অৱদানৰ বিষয়ে প্ৰশংসা কৰে। তেওঁ কয় যে, জয়প্রকাশ নাৰায়ণৰ ব্যক্তিত্ব আৰু আদৰ্শ বৰ্তমানৰ নৱ প্ৰজন্মৰ বাবে অনুপ্ৰেৰণাৰ উৎস।