October 3, 2024 12:27 PM
11
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লাভ কৰা উপহাৰৰ অনলাইন নিলাম ৩১ অক্টোবৰলৈ বৃদ্ধি
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লাভ কৰা উপহাৰৰ অনলাইন নিলামৰ তাৰিখ ৩১ অক্টোবৰলৈ বৃদ্ধি কৰা হৈছে। ইয়াৰ পূৰ্বে ১৭ ছেপ্তেম্বৰৰ পৰা ২ অক্টোবৰলৈ নিলামৰ সময়সীমা নিৰ্ধাৰণ কৰা হৈছিল। চৰকাৰে জনসাধাৰণক অনলাইন নিলামত অংশগ্রহণ কৰিবলৈ আহ্বান জনাইছে। নিলামত সংগৃহীত ধনেৰে নমামী গংগা পুঁজিলৈ বৰঙণি আগবঢ়োৱা হ'ব। ইচ্ছ্যুক ব্যক্তিসকলে pmmementos.gov.in. ৱেবছাইট যোগে পঞ্জীয়ন আৰু অংশগ্ৰহণ কৰিব পাৰে। নিলামৰ বাবে প্রায় ৬০০টা স্মৃতি সৌধ, বিভিন্ন শিল্পকৰ্ম, বিভিন্ন মন্দিৰৰ আৰ্হি, হিন্দু দেৱতাৰ মূৰ্তি, পেৰা অলিম্পিয়া...