June 27, 2025 11:39 AM

views 11

প্রধানমন্ত্ৰীৰ দূৰদৰ্শীতাৰ বাবেই ভাৰতীয় ৰে’লৱেই দেশৰ বিভিন্ন প্ৰান্তক সংযোগ কৰাৰ লগতে ৰে’লৱেৰ আন্তঃগাঁথনি দূৰ-দূৰণিলৈ সম্প্ৰসাৰিত হৈছে – ভি. সোমান্না

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী দৃষ্টিভংগীৰ বাবেই ভাৰতীয় ৰে’লৱেই দেশৰ বিভিন্ন প্ৰান্তক সংযোগ কৰাৰ লগতে ৰে'লৱেৰ আন্তঃগাঁথনি দূৰ-দূৰণিলৈ সম্প্ৰসাৰিত হৈছে বুলি ৰে'ল ৰাজ্য মন্ত্ৰী ভি. সোমান্নাই মন্তব্য কৰিছে। বৃহস্পতিবাৰে চেন্নাইৰ পেৰামবুৰৰ এটা কাৰ্যসূচীত অংশগ্ৰহণ কৰি তেওঁ কয় যে, মোদী চৰকাৰে প্ৰৱৰ্তন কৰা মেক ইন ইণ্ডিয়া পদক্ষেপে দেশত উৎপাদন যথেষ্ট বৃদ্ধি কৰিছে। তামিলনাডুকে ধৰি দক্ষিণৰ ৰাজ্যসমূহে বৃদ্ধিৰ ভাৰসাম্য বজাই ৰখাৰ ক্ষেত্ৰত ভাল ফলাফল দেখুৱাইছে বুলি তেওঁ উল্লেখ কৰে। বন্দে ভাৰত ৰে'লৰ দৰ...

June 23, 2025 8:37 PM

views 21

ধানমন্ত্ৰী সংগ্ৰহালয় আৰু পুথিভড়াল সমাজৰ ৪৭ সংখ্যক বার্ষিক সাধাৰণ সভাত প্রধানমন্ত্ৰী মোদীৰ অধ্যক্ষতা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত প্রধানমন্ত্ৰী সংগ্ৰহালয় আৰু পুথিভড়াল সমাজৰ ৪৭ সংখ্যক বার্ষিক সাধাৰণ সভাত অধ্যক্ষতা কৰে। বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং, নির্মলা সীতাৰমন, অশ্বিনী বৈষ্ণৱ, গজেন্দ্ৰ সিং সেখাৱট আৰু ধর্মেন্দ্ৰ প্ৰধানকে ধৰি ভালেমান বিশিষ্ট ব্যক্তি উপস্থিত থাকে। শ্রীমোদীয়ে ২০২২ চনত প্রধানমন্ত্রী সংগ্রহালয় মুকলি কৰিছিল। এই সংগ্ৰহালয়ত দেশৰ প্ৰতিগৰাকী প্ৰধানমন্ত্ৰীৰ অৱদান তথা কিদৰে আমাৰ গণতন্ত্রই সমাজৰ প্ৰতিটো শ্ৰেণীৰ নেতাক ৰাষ্ট্ৰ গঠনত অৰিহণা যোগোৱাত সুযোগ প্ৰদান ...

June 19, 2025 8:23 PM

views 28

QS World University Ranking 2026 ক প্রধানমন্ত্ৰী মোদীৰ আদৰণি

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিশ্ব শিক্ষা আৰু গৱেষণাৰ ক্ষেত্ৰখনত ভাৰতৰ ক্ৰমবৰ্ধমান উন্নতিৰ প্ৰমাণ হিচাপে QS World University Ranking 2026-ক আদৰণি জনায়। কেন্দ্রীয় মন্ত্রী ধর্মেন্দ্র প্রধানে সামাজিক মাধ্যমত প্ৰকাশ কৰা এটা পোষ্টৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে QS World University 2026 Ranking য়ে আমাৰ শিক্ষা খণ্ডৰ বাবে এটা ভাল খবৰ কঢ়িয়াই আনিছে। শ্ৰীমোদীয়ে পুনৰ দৃঢ়তাৰে কয় যে ভাৰতৰ যুৱক-যুৱতীসকলৰ সুবিধার্থে গৱেষণা আৰু উদ্ভাৱনৰ পৰিৱেশক আগুৱাই নিয়াৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ।

June 16, 2025 12:51 PM

views 18

চাইপ্ৰাছৰ সৈতে ভাৰতৰ অৰ্থনৈতিক সম্পর্ক শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতিৰ ওপৰত গুৰুত্ব আৰোপ প্রধানমন্ত্ৰীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চাইপ্ৰাছ ভ্ৰমণৰ সময়ত লীমাচ্ছলত অনুষ্ঠিত এখন বাণিজ্যিক বৈঠক সম্বোধন কৰি চাইপ্ৰাছৰ সৈতে ভাৰতৰ অৰ্থনৈতিক সম্পর্ক শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, যে বিগত ২৩ বছৰৰ ভিতৰত ভাৰতীয় প্ৰধানমন্ত্ৰীৰ প্ৰথমটো চাইপ্ৰাছ ভ্রমণে অর্থনৈতিক সংযোগত ভাৰতৰ গুৰুত্বক প্ৰতিফলিত কৰে। তেওঁ লগতে কয়, যে চাইপ্ৰাছ ভাৰতৰ বিশ্বাসযোগ্য অংশীদাৰ আৰু দেশখনৰ পৰা ভাৰতলৈ উল্লেখনীয় বিনিয়োগ প্রবাহিত হৈছে। বহু ভাৰতীয় উদ্যোগৰ বাবে চাইপ্ৰাছ ইউৰোপৰ প্ৰৱেশদ্বাৰ ...

June 14, 2025 7:12 PM

views 17

চাইপ্ৰাছ, কানাডা আৰু ক্ৰ’ৱেছিয়ালৈ কাইলৈ প্রধানমন্ত্ৰীৰ পাঁচদিনীয়া আনুষ্ঠানিক ভ্রমণসূচী আৰম্ভ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কাইলৈ চাইপ্ৰাছ, কানাডা আৰু ক্ৰ'ৱেছিয়ালৈ পাঁচদিনীয়া আনুষ্ঠানিক ভ্রমণসূচী আৰম্ভ কৰিব। চাইপ্ৰাছৰ ৰাষ্ট্ৰপতি নিকোছ ক্রীষ্টোড’লিডেছৰ আমন্ত্ৰণ মৰ্মে কাইলৈ প্ৰধানমন্ত্রী শ্রীমোডী চাইপ্ৰাছলৈ যাব। দুই দশকৰো অধিক সময়ৰ পাছত চাইপ্ৰাছলৈ ভাৰতৰ প্ৰধানমন্ত্ৰীৰ এয়া হ'ব প্ৰথম আনুষ্ঠানিক ভ্রমণ। নিকোচিয়াত থকাৰ সময়ছোৱাত শ্ৰী মোডীয়ে ৰাষ্ট্ৰপতি ক্ৰিষ্টোড'লিডেছৰ সৈতে আলোচনাত মিলিত হ'ব আৰু লিমাচ'লত ব্যৱসায়িক নেতাসকলক সম্বোধন কৰিব । এই ভ্রমণে দুয়োখন দেশৰ দ্বিপাক্ষিক সম্পর্ক গভীৰ কৰ...

June 11, 2025 8:31 PM

views 17

সামাজিক মাধ্যমত ১১ বছৰৰ সামগ্রিক বিকাশ আৰু দেশৰ সমৃদ্ধি সন্দৰ্ভত প্রধানমন্ত্ৰী মোদীৰ প্ৰৱন্ধ প্ৰকাশ কৰিছে

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সামাজিক মাধ্যমত ১১ বছৰৰ সামগ্রিক বিকাশ আৰু দেশৰ সমৃদ্ধি সন্দৰ্ভত এটা প্ৰৱন্ধ ছেয়াৰ কৰিছে। দেশৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এই প্ৰৱন্ধটো লিখিছে। পোষ্টটোত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শ্ৰীমোদীয়ে বিগত ১১ বছৰত দেশৰ সামগ্রিক বিকাশত উল্লেখযোগ্য পৰিৱৰ্তন আৰু দেশক সমৃদ্ধিশালী আৰু উন্নত কৰাৰ ক্ষেত্ৰত উল্লেখযোগ্য দিশসমূহৰ কথা উল্লেখ কৰে।

June 11, 2025 6:07 PM

views 54

২০ জুনত ওড়িশাত বিজেপি চৰকাৰৰ এবছৰ সম্পূৰ্ণ হোৱা উপলক্ষে প্রধানমন্ত্ৰী মোদীয়ে আয়োজিত গণ সভাত অংশগ্রহণ কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২০ জুনত ওড়িশাত বিজেপি চৰকাৰৰ এবছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আয়োজিত গণ সভাত অংশগ্রহণ কৰিব। ভুৱনেশ্বৰৰ জনতা ময়দানত এই সমাৰোহৰ আয়োজন কৰা হৈছে। এই কাৰ্যসূচী সুচাৰুৰূপে আয়োজিত হোৱাটো সুনিশ্চিত কৰাৰ উদ্দেশ্যে ওড়িশা চৰকাৰে ওড়িশা প্ৰশাসনীয় সেৱাৰ ৬০ গৰাকী বিষয়াক দায়িত্ব অৰ্পন কৰিছে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝিয়ে শেহতীয়া নতুন দিল্লী ভ্ৰমণকালত তেওঁৰ চৰকাৰৰ প্ৰথম বৰ্ষপূর্তি অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্রী অমিত শ্বাহ, প্ৰতিৰ...

June 7, 2025 8:33 PM

views 28

আফ্রিকান ইউনিয়নে দুর্যোগ প্ৰতিৰোধী আন্তঃগাঁথনি ২০২৫ সন্মিলনত যোগদান কৰাৰ বাবে সন্তুষ্টি প্ৰকাশ প্রধানমন্ত্ৰীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আফ্রিকান ইউনিয়নে দুর্যোগ প্ৰতিৰোধী আন্তঃগাঁথনি ২০২৫ চমুকৈ চিডিআৰআই সন্মিলনত যোগদান কৰাৰ বাবে সন্তুষ্টি প্ৰকাশ কৰে। এটা ভিডিঅ' বাৰ্তাৰ জৰিয়তে ফ্ৰান্সত অনুষ্ঠিত দুর্যোগ প্ৰতিৰোধী আন্তঃগাঁথনি ২০২৫ৰ আন্তঃৰাষ্ট্ৰীয় সন্মিলনত ভাষণ দি প্রধানমন্ত্রী মোডীয়ে কয় যে এই সন্মিলনৰ জৰিয়তে দুৰ্যোগৰ মুখামুখি হ'ব পৰাকৈ দেশসমূহে কাৰ্য্যকৰী কাৰ্যসূচী প্ৰস্তুত কৰাৰ লগতে উন্নয়নশীল ৰাষ্ট্ৰসমূহে যাতে বিত্তীয় সাহায্য লাভ কৰে তাৰবাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। তেওঁ লগতে কয় যে ক্ষু...

June 3, 2025 7:14 PM

views 35

প্রধানমন্ত্ৰী মোদীৰ দৰং জিলা ভ্ৰমণ সন্দৰ্ভত মঙলদৈত চন্দ্ৰমোহন পাটোৱাৰী আৰু সাংসদ দিলীপ শ‍ইকীয়াৰ পর্যালোচনা বৈঠকত

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অহা ছেপ্তেম্বৰ মাহৰ প্ৰস্তাৱিত দৰং জিলা ভ্ৰমণ সন্দৰ্ভত ৰাজ্যৰ পৰিৱেশ আৰু বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু দৰং-ওদালগুৰিৰ সাংসদ দিলীপ শ‍ইকীয়াই কালি মঙলদৈত এখন পর্যালোচনা বৈঠকত মিলিত হয়। এই বৈঠকত অহা ৮ ছেপ্তেম্বৰত কুৰুৱা-নাৰেংগী দলং আৰু গুৱাহাটী ৰিং ৰোডৰ আধাৰশিলা স্থাপন উপলক্ষে প্রধানমন্ত্ৰীৰ কাৰ্যসূচী সম্পৰ্কত আলোচনা কৰা হয়। এই সভাৰ স্থান নিৰ্ধাৰণ কৰাৰ বাবে এখন সমিতি গঠন কৰিবলৈকো কালিৰ বৈঠকে সিদ্ধান্ত গ্ৰহণ কৰে। একেখন বৈঠকতে দৰং জিলাত বান পৰিস্থিতিৰ সন্মুখীন হ'ব প...

June 3, 2025 12:36 PM

বিশ্বৰ ঘৰুৱা বিমান পৰিবহণ খণ্ডত ভাৰত তৃতীয় সর্ববৃহৎ দেশ হিচাপে পৰিগণিত হৈছে বুলি প্ৰধানমন্ত্ৰীৰ প্ৰকাশ

বিশ্বৰ ঘৰুৱা বিমান পৰিবহণ খণ্ডত ভাৰত তৃতীয় সর্ববৃহৎ দেশ হিচাপে পৰিগণিত হোৱাৰ লগতে বিশ্ব মহাকাশ বিমান ক্ষেত্ৰত ভাৰতে নেতৃত্ব বহন কৰিছে। নতুন দিল্লীৰ ভাৰত মণ্ডপমত কালি সন্ধিয়া আন্তৰাষ্ট্ৰীয় আকাশ পৰিবহন সংস্থাৰ ৮১ সংখ্যক বাৰ্ষিক সাধাৰণ সন্মিলনত ভাগ লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইকথা প্রকাশ কৰে। উড়ান আঁচনিৰ সফলতাই ভাৰতৰ অসামৰিক বিমান পৰিবহণ খণ্ডত সোণালী অধ্যায়ৰ সূচনা কৰিছে বুলি শ্রীমোদীয়ে মন্তব্য কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত অসামৰিক বিমান পৰিবহন মন্ত্রী কে. ৰামমোহন নাইডুৱে কয় যে সমা...